কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফেনেক্phenekTransitive verb
মোহাৰি পেন্দা কৰ্; খচি ফেন তোল্; মৰ্দ্দন কৰ্
to mix up by squeezing and heating; to knead
- ফেন’টাইপNoun
ফেন’টাইপ
ফেন’টাইপ
- ফেপাphepāAdjective
কোমল; ঢিলা; টান-নোহোবা
soft; delicate
- ফেপেৰিpheperiNoun
খঙত ফোঁপোবা কাৰ্য্য; ফোঁপাউৰি; ডাবি
defiance; intimidation
- ফেপেৰি পাতphe.pe.ri patVerb-Trans.
কোনো আদেশ মানিবলৈ অমান্তি হ বা তাক মুকলিকৈ বাধা দে
Refuse to obey or resist openly
- ফেপেৰি পাত ্pheperi, pāta
ডাবি বা গেঙেৰি দি
to defy
- ফেব্ৰুবাৰিphebrubāriNoun
ইংৰাজী বছৰৰ দ্বিতীয় মাহ
February
- ফেব্ৰুৱাৰিphe.bru.wa.riProper Noun
পশ্চিমীয়া বছৰৰ দ্বিতীয় মাহ।
the second month of the Gregorian calendar, between January and March.
- ফেব্ৰুৱাৰীphe.bru.wa.riProper Noun
পশ্চিমীয়া বছৰৰ দ্বিতীয় মাহ।
the second month of the Gregorian calendar, between January and March.
- ফেলphelaAdjective
অকৱতকাৰ্য্য; উত্তীৰ্ণ নোহোবা
fail
- ফেল জামিনphela, jāminaNoun
ভাল স্বভাবত থাকিবলৈ আদালতৰপৰা লোবা জামিন
security for good behaviour
- ফেল`শ্বিপAbstract Noun
কোনো বিদ্বান লোকলৈ আগবঢ়োৱা আৰ্থিক সাহায্য
Financial assistance awarded to a scholar
- ফেলাইphelāiNoun
ভাত থোবা বান
a shallow dish with a leg
- ফেলাহিphe.la.hiProper Adj.
গভীৰ নোহোৱা; কম গভীৰ |
Lacking physical depth; having little spatial extension downward or inward from an outer surface or backward or outward from a centre.
- ফেষ্টাpheṣṭāAdjective
পেটা উঠা
crushed
- ফেহুঁphe.hu~Material Noun
পোৱালি জগাৰ পিছতে খীৰোৱা পাতল সোণ-বৰণীয়া গাখীৰ।
The newest light golden color breast milk of a cow after giving birth to a calf.
- ফেৰpheraNoun
কপালৰ গতি
changes of fortune
- ফেৰ কটাpher ko.taAbstract Noun
A deformity marked by medial angulation of the leg in relation to the thigh, an outward bowing of the legs, giving the appearance of a bow. Usually there is an outward curvature of both femur and tibia. "Genu varum" is distinguished from Blount's disease because it involves both the femur and the tibia, while Blount's disease affects only the tibia with no femur involvement.
- ফেৰ কৰ্
লক্ষ্য কৰ্; টোঁবা; মাৰিবলৈ দাং
to aim
- ফেৰ ধৰ্phera, dhar
উন্নত অবস্হা পা; বৱদ্ধি পা; পুষ্ট হ; চিকুণ হ
to prosper; to be healthy; to thrive (as a plant)