← ফুৰি যাওক

ফেলাহি

phe.la.hi

অৰ্থ

1.

গভীৰ নোহোৱা; কম গভীৰ |

Lacking physical depth; having little spatial extension downward or inward from an outer surface or backward or outward from a centre.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

বহল মুখৰ চেপেটা আৰু তৰাং৷

Having a broad or wide brim.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফেলাহি · অসমীয়া অভিধান