← ফুৰি যাওক

ফেলাই

phelāi

অৰ্থ

1.

ভাত থোবা বান

a shallow dish with a leg

বি.

2.

এবিধ বহল মেলাহি চক

a shallow wide earthen pot

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ