← ফুৰি যাওক

ফেপেৰি পাত

phe.pe.ri pat

অৰ্থ

1.

কোনো আদেশ মানিবলৈ অমান্তি হ বা তাক মুকলিকৈ বাধা দে

Refuse to obey or resist openly

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

যুঁজিবলৈ বা কাজিয়া কৰিবলৈ সাজু হ

to be ready to fight

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ