← ফুৰি যাওক

ফেৰ

phera

অৰ্থ

1.

কপালৰ গতি

changes of fortune

বি.

2.

মেখেলা, চোলা আদিৰ মেৰ বা ঘেৰ

the width or circumference of a garment

বি.

3.

হেৰ্-ফেৰ্; তৰ্জ্জু আদিৰ এফালতকৈ আনফালৰ গধুৰতাৰ কম বেচ; . প্ৰতিযোগিতা; অৰিয়া-অৰি; লোকৰ সমান হ'বৰ চেষ্টা

a difference of weight on a scale between the two sides of a scale ; rivalry

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফেৰ · অসমীয়া অভিধান