কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টোকোৰাṭokorāNoun
উলু, বৰতা আদি কেঁচা পাত ছিৰি ছিৰি আনি তাৰে দুবাৰ-মুখ বা সোমাবলৈ বাট ৰাখি গছ আদিত ওলোমাই বাহ লজা এবিধ সৰু মুগা- বৰণীয়া চৰাই
a variety of sparrow
- টোকোৰা চৰাইto’.ko’.ra so.raiCommon Noun
ঘৰচিৰিকাৰ দৰে দেখাত এবিধ বনৰীয়া চৰাই যিয়ে ঘাঁহ আৰু বোকাৰে চুঙা আকৃতিৰ বাহ সাজে| খেৰৰ দীঘল টুকুৰা, ঘাঁহৰ ২০ৰ পৰা ৬০ চে.মি. দীঘল টুকুৰাৰে সজা দেখনিয়াৰ বাহবোৰ সাজোতে টোকোৰা চৰায়ে প্ৰায় ৫০০বাৰ এই সামগ্ৰীবোৰ অনা-নিয়া কৰিবলগা হয়| টোকোৰা চৰাইৰ ঠোঁটবোৰ বেছ শক্তিশালী যাৰে তাহাঁতে বাহ সজা সামগ্ৰীবোৰ ফালি আনি গুঁঠিব পাৰে| সাধাৰণতে অসম, বঙ্গ, উত্তৰ পূৰ্বাঞ্চল আৰু দক্ষিণ পূব এছিয়াৰ বনভূমিসমূহত ইহঁতক পোৱা যায়|যোৰা পতাৰ ঋতুত মতাবোৰে বাহসজা আৰম্ভ কৰি পাৰ হৈ যোৱা মাইকী টোকোৰা চৰাইবোৰক পাখি মেলি আৰু মাতি তাহাঁতৰ দৃষ্টি আকৰ্ষণ কৰিবৰ চেষ্টা কৰে| যোৰা পতাৰ বতৰত মতা টোকোৰা চৰাইৰ মাত সাধাৰণতে ঘৰচিৰিকাৰ চিত-চিত মাতৰ লগত এটা দীঘলীয়া চিইইৰ দৰে|মাইকী চৰাইবোৰে যোৰা পতাৰ আগেয়ে আহি বাহবোৰ নিৰীক্ষণ কৰি চায়| যোৰা পতাৰ পাছত দুয়ো লগ লাগি বাহটোৰ কাম শেষ কৰে| বিভিন্ন গৱেষণাই দেখুৱাইছে যে মাইকী টোকোৰা চৰাইৰ বাবে বাহটোৰ আকৃতিতকৈ তাৰ অৱস্থানহে বেছি গুৰুত্বপূৰ্ণ|
a bird resembling house sparrows that build retort shaped and complex nests using grass and mud. The nests are woven with long strips of paddy leaves, rough grasses and long strips torn from palm fronds. Each strip can be between 20-60cm in length. A male bird is known to make up to 500 trips to complete a nest. The birds use their strong beaks to strip and collect the strands, and to weave and knot them while building their nests. They are found in grasslands and found in Bengal, NE India and Southeast Asia. During the breeding season the males begin building nests. The nests are partially built when the males display to passing females by flapping their wings and calling while hanging to their nests. The call of the Baya males which is normally a sparrow-like chit-chit is followed by a long-drawn chee-ee in the breeding season. The females inspect and choose a nest before signalling their approval to a male. Once a male and a female are paired, the male goes on to complete the nest including the entrance tunnel, males are solely incharge of building the nests, though their female partners may join in giving the finishing touches. Studies have shown that nest location is more important than nest structure for the female decision making.
- টোকোৰাপাৰাto`.ko`.ra.pa.raProper Noun
গোৱালপাৰা জিলাত আগিয়াৰ ওচৰত `টোকোৰাপাৰা` নামৰ ঠাই আছে৷
A village in Goalpara district near Agia.
- টোক্ṭokTransitive verb
এটা পানী শোহা বস্ত্ত আন এটা তিতা বা পানী থকা বস্ত্তৰ ওপবত টিপি শুকা; নীৰস কৰ্; মচি শুকা; নাইকিয়া কৰ্
to cause to dry with some absorbent substance; to blot; to wipe off
- টোক্ টোক টাক্ টাককৈAdverb
কোনোমতে (চল্; জীয়াই থাক্)।
- টোক্ টোক্ṭok, ṭokNoun
অলপকৈ আঘাত কৰাত হোবাৰ দৰে শব্দ; . কৱদ
an imitative word used to express the sound produced by gentle and repeated blows or knocks
- টোকৰṭokaraNoun
এটা আঙুলি বুঢ়া আঙুলিৰ পেটৰপৰা ওফৰাই তাৰ নখ থকা ফালৰ মূৰেৰে কৰা আঘাত
a tap with the nail of a finger
- টোকৰ মাৰ্to`.kor marVerb-Trans.
কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷
to make light taps on the surface.
- টোটকṭoṭakaNoun
নথকা লোকৰ অহিতে কোবা কথা; লগনীয়া কথা
back-biting
- টোটক-নাটক
লগনীয়া বা মিছা কথা কোবা গুণ বা স্বভাব; ফাকি-ফুকা।
- টোটকালিto`.to.ka.liAbstract Noun
কাৰোবাৰ অনুপস্থিতিত দোষ খোচৰা বা বেয়া মন্তব্য দিয়া স্বভাৱ বা গুণ।
the act of spreading rumours or speaking ill of others in absence.
- টোটাṭoṭāNoun
হিলৈত ভৰাই মাৰিবলৈ তুলাপাতৰ চুঙাত খাঁজি লোবা খাৰ, টুপী আৰু গুলী
a cartridge
- টোটোৰাṭoṭorāNoun
শুকাই বা লেৰেলি কোঁচ থোবা; শোটোৰা; সোপোৰা
shrivelled up; contracted
- টোটোৰা পৰ্
শুকাই বা লেৰেলি কোঁচ খা
to shrivel up
- টোণṭoṇaNoun
কাঁৰৰ চুঙা; কাঁৰৰ মোনা
a quiver
- টোণাṭoṇāNoun
এমূৰে কোল থকা আৰু ইমূৰ মেলি আকৌ বান্ধিব পৰা টোপৰ আকৱতিৰ এবিধ মাছ থোবা বেঁত-বাঁতৰ কাঠীৰ সঁজুলি
a long wicker receptacle for fish
- টোনto`nMaterial Noun
কাঁৰ বা শৰ থোৱা অথবা কঢ়িয়াই নিয়া চুঙ্গা|
A case for holding or carrying arrows.
- টোপṭopaNoun
মাছে খুটিবলৈ বৰশীত সি দিয়া আহাৰ
bait for fish
- টোপ টোপকৈ পৰ্to`p to`p.koi porVerb-Intran.
to fall (liquid) in drops through a small opening
- টোপনিṭopaniNoun
বৰশী বোবা কাৰ্য্য; মাছ ধৰিবলৈ পানীত বৰশী পেলোবা কাৰ্য্য
angling; the act of letting down a baited hook