টোণা
ṭoṇā
অৰ্থ
1.
এমূৰে কোল থকা আৰু ইমূৰ মেলি আকৌ বান্ধিব পৰা টোপৰ আকৱতিৰ এবিধ মাছ থোবা বেঁত-বাঁতৰ কাঠীৰ সঁজুলি
a long wicker receptacle for fish
বি.
2.
গাঁতত থকা মাছ ধৰা টোণৰ নিচিনা এবিধ যতন
a kind of fish trap
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ