← ফুৰি যাওক

টোপ

ṭopa

অৰ্থ

1.

মাছে খুটিবলৈ বৰশীত সি দিয়া আহাৰ

bait for fish

বি.

2.

চৰাই আদিৰ পোবালিৰ আহাৰ

food given to young ones of birds; to wait in hopes

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ