টোক্
ṭok
অৰ্থ
1.
এটা পানী শোহা বস্ত্ত আন এটা তিতা বা পানী থকা বস্ত্তৰ ওপবত টিপি শুকা; নীৰস কৰ্; মচি শুকা; নাইকিয়া কৰ্
to cause to dry with some absorbent substance; to blot; to wipe off
সক. ধা.
2.
টুকিয়া; এটা এটাকৈ ছিঙ্
to pluck off all one by one
সক. ধা.
3.
মনত ৰাখিবলৈ চমুকৈ লিখি ৰাখ্
to note down
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ