টোকৰ
ṭokara
অৰ্থ
1.
এটা আঙুলি বুঢ়া আঙুলিৰ পেটৰপৰা ওফৰাই তাৰ নখ থকা ফালৰ মূৰেৰে কৰা আঘাত
a tap with the nail of a finger
বি.
2.
আঙুলিৰে টুকৰিয়াই তেজ কটা অস্ত্ৰ
a blood letting instrument
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ