কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এটোপ-এটোপকৈe.to’p e.to’p.koiAdverb
একেৰাহে টোপাল পৰি থকা ৷
in continuous drops.
- এঠলীয়াeṭhalīẏāAdjective
এটা ভাল বা ঠাল থকা; এডলীয়া
having one branch
- এঠাeṭhāNoun
আঠা।
- এঠা-এঠিeṭhā-eṭhiAdjective
আঠাৰ নিচিনা; লাগি থৰা; লেপ্লেপীয়া; জেপেটীয়া; বিজলীয়া
gummy; sticky
- এঠা-বড়eṭhā-baṛaNoun
স্বৰ্ণ-বট।
- এঠেঙীয়াeṭheṅīẏāAdjective
এটা ঠেং থকা
having only one leg
- এঠ্কেন-মেঠ্কেনeṭhkena-meṭhkenaNoun
হেলা বা অনিচ্ছা ভাব দেখুবা; কৰোঁ নকৰোঁ কৰা; ঠেন্মেঠেন্
show of indisposition to work; indecision
- এডভোকেটeḍabhokeṭaNoun
অধিবক্তা।
advocate
- এডলীয়াeḍalīẏāAdjective
খালি এডাল থকা; গাত ঠাল-ঠেঙুলি নথকা
with single stem; having no branches
- এডলীয়া কচু
খালি এডাল ঠাৰি বা থকা এবিধ বনৰীয়া কচু।
- এডল্ফ হিটলাৰe.dolph hit.larProper Noun
এডল্ফ হিটলাৰ (ইংৰাজী: Adolf Hitler; German:(২০ এপ্ৰিল, ১৮৮৯ – ৩০ এপ্ৰিল, ১৯৪৫) মানৱ ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত লোক সকলৰ মাজৰ এজন, তৃতীয় ৰেইখৰ কালছোৱাত জাৰ্মানীৰ এজন ৰাজনীতিবিদ তথা নাজী দলৰ (National Socialist German Workers Party) নেতা আছিল৷ তেখেত আছিল ২য় বিশ্বযুদ্ধৰ মূল হোতা আৰু ইহুদি গণহত্যাৰ কাৰক আছিল৷
Adolf Hitler was an Austrian-born German politician who was the leader of the Nazi Party, Chancellor of Germany from 1933 to 1945, and Fuhrer of Nazi Germany from 1934 to 1945.
- এডালe.dalAdposition
অনিৰ্দিষ্টবাচক অৰ্থত, কোনো শ্ৰেণী বা গোটৰ মাজত নিৰ্দিষ্ট নোহোৱাকৈ৷
indefinite article , not any particular or certain one of a class or group.
- এডিঙীয়াeḍiṅīẏāAdjective
ডিঙিলৈকে হোবা দ বা ওখ
reaching up to the neck; neck-deep
- এডেও-দুডেওeḍeo-duḍeoAdverb
এখোজ দোখোজকৈ; লাহে লাহে খোজ কাঢ়ি; যেনে-"এডেও-দুডেও, সেইহে লোটা নিবৰ ছেও।"
walking slowly
- এডোখৰe.do`.khorProper Adj.
(কিহবাৰ) এটা ভাগ বা অংশ।
one part (of something)
- এড্ৰিনেল গ্ৰন্থিMaterial Noun
বৃক্কৰ ওপৰৰ অংশৰ ওচৰত অৱস্থিত দুটা সৰু গ্ৰন্থি যিবোৰে অন্তঃস্ৰাৱী তন্ত্ৰৰ কাম কৰে৷ প্ৰতিটো এড্ৰিনেল গ্ৰন্থিৰ এটা অংশই এড্ৰিনেলিন নিঃসৰণ কৰে; আনটো অংশই অন্য গুৰুত্বপূৰ্ণ হৰম’ন নিঃসৰণ কৰে৷
Two small glands, one located near the upper part of each kidney, that function in the endocrine system. Part of each adrenal gland secretes adrenaline; another part secretes other important hormones.
- এঢলীয়াeḍhalīẏāAdjective
এচলীয়া; একতীয়া; হেলনীয়া
inclining towards one side; aslant
- এঢোলোকাe.dho’.lo’.kaAbstract Noun
a amount of something that can fill the mouth
- এণenCommon Noun
ছাৰ্ভিদি পৰিয়ালৰ অন্তৰ্গত বহু-কোঠলীয়া পাকস্থলী যুক্ত বহুবিধ প্ৰাণীৰ যিকোনো এবিধ, যাৰ মতাবোৰৰ টান, সৰি পৰিব পৰা শিং থাকে ৷
any of several ruminants of the family Cervidae, most of the males of which have solid, deciduous antlers
- এণ্টেনাen.te.naProper Noun
ৰেডিঅ’ আৰু দূৰদৰ্শনৰ বিদ্যুৎচুম্বকীয় তৰংগ প্ৰেৰণ বা গ্ৰহণৰ বাবে ব্যৱহাৰ হোৱা পৰিবাহী৷
an electrical device that sends or receives radio or television signals.