এঠেঙীয়া
eṭheṅīẏā
অৰ্থ
1.
এটা ঠেং থকা
having only one leg
বিণ.
2.
সম্ভবত; দুঠেঙীয়া ঠেঙা নিপিন্ধি, দুয়োটা ভৰি একেটা গিলিপতে সূমুবাই মেখেলাৰ দৰে পিন্ধা, যেনে-"সমুদ্ৰ মাজেদি পাল চৰাই গ'ল। উজাই গৈ পালৈগৈ এঠেঙীয়া দেশ" (বৰফুকনৰ গীত)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ