এঠা
eṭhā
অৰ্থ
1.
আঠা।
বি.
2.
এঠা লগা; এঠাৰে কৰাল লগা; যেনে-"এঠালেহে ৰাচখনেৰে কাপোৰ ব'ব পৰা হ'ব।" বিণ. এঠোবা।
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ