← ফুৰি যাওক

এঢলীয়া

eḍhalīẏā

অৰ্থ

1.

এচলীয়া; একতীয়া; হেলনীয়া

inclining towards one side; aslant

বিণ.

2.

এফলীয়া; এফাললৈ ঢাল লোবা; যেনে-এঢলীয়া বৰষুণ

moving or passing on one side only

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এঢলীয়া · অসমীয়া অভিধান