← ফুৰি যাওক

এডেও-দুডেও

eḍeo-duḍeo

অৰ্থ

1.

এখোজ দোখোজকৈ; লাহে লাহে খোজ কাঢ়ি; যেনে-"এডেও-দুডেও, সেইহে লোটা নিবৰ ছেও।"

walking slowly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

এডেও-দুডেও · অসমীয়া অভিধান