কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰম্ৰমিতেramramiteAdverb
কোনো কথাৰ আৰম্ভতে
in the beginning
- ৰময়াramaẏāNoun
ৰমণ কৰোঁতা, আনন্দ দান কৰোঁতা, কৱষ্ণ; যেনে-"নাহি নাহি ৰময়া বিনে তাপ-তাৰক কোই" (বৰগীত)। "চৌভিতি" গোপিনী পানী সিঞ্চত হাসি ৰময়াক মুহ নেহাৰি" (কেলিগোপাল)।
- ৰমৰমীয়াrom.ro.miyaProper Adj.
একেৰাহে বহুত সময় ধৰি চলি থকা|
Uninterrupted in time and indefinitely long continuing.
- ৰশ্মিraśmiNoun
কিৰণ; পোহৰ; দীপ্তি
a ray; light
- ৰশ্মিজালraśmijālaNoun
দীপ্তি বা কিৰণমালা
a stream of light
- ৰসrasaNoun
আবাদ; সোবাদ; তিতা, মিঠা আদি গুণ
taste; flavour
- ৰস ৰচনাrox ro.so.naAbstract Noun
এক খুহুঁতীয়া সাহিত্যিক ৰচনা, যাৰ জৰিয়তে মানুহৰ মূৰ্খামি আৰু বদ্ অভ্যাস সমূহক ব্যঙ্গ কৰা হয়৷
a literary composition, in which human folly and vice are ridiculed or scorned
- ৰস-পমrasa-pamaNoun
জীবনৰ উপায়; সুস্হ অবস্হা
subsistence; healthy state
- ৰস-বাতrasa-bātaNoun
দেহত অধিক ৰস জন্মি হোবা বাত-বেমাৰ
a kind of rheumatism
- ৰস-সিন্দুৰrasa-sinduraNoun
গন্ধকৰ লগত পাৰা ভস্ম কৰি তৈয়াৰ কৰা সেন্দূৰৰ নিচিনা দৰবৰ বস্ত্ত
sulphide of mercury
- ৰসকৰাrox.ko.raMaterial Noun
ৰুকা নাৰিকলৰ মিঠা লাড়ু।
A sweet ball of grated coconut.
- ৰসগোল্লাrasagollāNoun
চেনিৰ ৰসত তিয়াই ৰখা এবিধ ছানাৰ মিঠাই
a kind of sweet-meat
- ৰসগ্ৰাহীro.xo.gra.hiProper Adj.
কবিতা আদিৰ ৰস বা সৌন্দৰ্য্য উপলব্ধি কৰিব পৰা, অৰ্থাত্ কথা বা ৰচনাৰ সোৱাদ বুজা।
understanding the beauties of a poem or writing.
- ৰসঘনrox.ghonProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসচিকিত্সাrox.si.kit.saAbstract Noun
a medical treatment with heavy does of chemicals
- ৰসজ্ঞrasajñaNoun
কবিতা আদিৰ ৰস বা সৌন্দৰ্য্য উপলব্ধি কৰিব পৰা; কথা বা ৰচনাৰ সোবাদ বুজা; ৰসগ্ৰাহী
understanding the beauties of a poem or writing
- ৰসজ্ঞানrasajñānaNoun
খাদ্য বস্ত্ত বা কবিতা আদিৰ আবাদ সম্পৰ্কে বোধ, উপলব্ধি
the power of appreciating the taste of food or any writing
- ৰসতে নাম খrasate, nāma, kha
চাপৰি মৰা মানুহৰ ভাগৰ লগাৰ আগেয়ে নাম সামৰ্; কোনো কথা বিষম নৌ হওঁতেই তাক স্হগিত কৰ্
to stop doing a thing before it becomes unpleasant
- ৰসধাতুrox.dha.tuMaterial Noun
এবিধ জুলীয়া ধাতু
a liquid metal. With a freezing point of −38.83 °C and boiling point of 356.73 °C, mercury has one of the narrowest ranges of its liquid state of any metal.
- ৰসধানীro.xo.dha.niMaterial Noun
কোষ এটাৰ ভিতৰত থকা আৱৰণ-যুক্ত মোনা, য’ত সাধাৰণতে জুলীয়া পদাৰ্থ জমা হৈ থাকে
a membrane-bound cavity within a cell, often containing a watery liquid or secretion