ৰস
rasa
অৰ্থ
1.
আবাদ; সোবাদ; তিতা, মিঠা আদি গুণ
taste; flavour
বি.
2.
পাঠক বা দৰ্শকৰ চিত্ত দ্ৰবীভূত কৰি হৰ্ষ- বিষাদ আদি ভাব উৎপন্ন কৰিব পৰা কাব্য বা নাটকৰ গুণ [সাহিত্যৰ ৰস ন প্ৰকাৰ; যেনে বীৰ, কৰুণ, হাস্য, অদ্ভূত, ৰৌদ্ৰ, ভয়ানক, বীভৎস, শৱঙ্গাৰ আৰু শান্ত।]
sentiment
বি.
3.
জোল
juice; liquid extraction
বি.
4.
পাৰা
quick silver
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ