ৰশ্মিজাল
raśmijāla
অৰ্থ
1.
দীপ্তি বা কিৰণমালা
a stream of light
বি.
2.
চকুত জাল মাৰি ধৰা পোহৰ; বৰ উজ্জ্বল দীপ্তি; যেনে -"সবাৰো চক্ষুক পীড়ি আসে ৰশ্মিজালে" (কীৰ্ত্তন)
a blaze of light
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ