← ফুৰি যাওক

ৰসগ্ৰাহী

ro.xo.gra.hi

অৰ্থ

1.

কবিতা আদিৰ ৰস বা সৌন্দৰ্য্য উপলব্ধি কৰিব পৰা, অৰ্থাত্ কথা বা ৰচনাৰ সোৱাদ বুজা।

understanding the beauties of a poem or writing.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰসগ্ৰাহী · অসমীয়া অভিধান