← ফুৰি যাওক

ৰময়া

ramaẏā

অৰ্থ

1.

ৰমণ কৰোঁতা, আনন্দ দান কৰোঁতা, কৱষ্ণ; যেনে-"নাহি নাহি ৰময়া বিনে তাপ-তাৰক কোই" (বৰগীত)। "চৌভিতি" গোপিনী পানী সিঞ্চত হাসি ৰময়াক মুহ নেহাৰি" (কেলিগোপাল)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰময়া · অসমীয়া অভিধান