কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফুটিয়া-গাখীৰphuṭiẏā-gākhīraNoun
এবাঁ গাখীৰ; দৈ নমৰা গাখীৰ
milk
- ফুটিয়ালphuṭiẏālaAdjective
ফুটমনিয়াৰ; টেঙৰ; চতুৰ; ছেগ বুজি কাম কৰা
clever; cunning
- ফুটুকাphuṭukāNoun
এবিধ বনৰীয়া সৰু গছ
a kind of shrub; Melastoma malabatricum
- ফুটুকা-ফুটুকিphuṭukā-phuṭukiAdjective
ফুটফুটীয়া; অনেক সৰু সৰু ফুট থকা
spotted
- ফুটুকাফুটুকীphu.tu.ka.phu.tu.kiProper Adj.
ফুট ফুট থকা৷ ফুট ফুট যুক্ত আৰ্হি৷
having dots, esp having a pattern of dots.
- ফুটুকাৰ ফেনphuṭukāra, phenaNoun
অমূলক বা অকামিলা বস্ত্ত
a useless and ephemeral thing
- ফুটুকিphuṭukiNoun
কাপোৰৰ মাজত আঁচুৰে বা গুণাৰে আঁতৰা-আঁতৰি কৈ দিয়া সৰু ফুল
embroidered spots or flowers on a cloth
- ফুটুকী বাঘphuṭukī, bāghaNoun
"নাহৰ-ফুটুকী বাঘ" চোবাঁ।
- ফুটুকী হৰিণphu.tu.ki ho.rinCommon Noun
a common species of deer in India with reddish coat with spots on it
- ফুটুকীয়াphuṭukīẏāAdjective
সৰু সৰু ফুট বা চেক থকা; ফুটফুটীয়া
spotted
- ফুটুবাphuṭubāTransitive verb
'ফুটা' চোবাঁ।
- ফুট্phuṭIntransitive verb
বিন্ধা ওলা; বিন্ধাযুক্ত হ
to have a hole
- ফুতিphu.tiCommon Noun
এবিধ সৰু বগা পাখি লগা পতংগ ৷ এই বিধ পতঙ্গ সাধাৰণতে গুটি ধানৰ ভঁৰালত দেখিবলৈ পোৱা যায় ৷
A kind of short live insects which lasts a day or a short period of time. Mostly it is locketed in the rice stored place .
- ফুতে উৰা
তুচ্ছ জ্ঞান কৰ্; দলিয়াই পেলা
to trifle; to treat as insignificant
- ফুতে-উৰাphu.te-uraProper Adj.
লেখত ল`ব নলগীয়া ।
Not significant or important enough to be worth considering.
- ফুবাphubāTransitive verb
ফু মাৰ্; মুখেদি বেগেৰে বতাহ উলিয়া
to blow with the mouth
- ফুলphulaNoun
কুসুম; পুষ্প
a flower
- ফুল কাট্phula, kāṭ
কোনো বস্ত্তৰ ওপৰত ফুলৰ নিচিনা আকৱতি কাট্
to engrave figures of flowers
- ফুল তোল্
বেজীৰে কাপোৰত গুণাৰ বা সূতাৰ ফুল বাছ্
to embroider
- ফুল বচাphul bo.saProper Adj.
ফুলৰ ছবি থকা (গামোচা); ৰহণ সনা (বক্তৃতা)।
Of or relating to or suggestive of flowers (a flowery hat); Marked by elaborate rhetoric and elaborated with decorative details (a flowery speech).