← ফুৰি যাওক

ফুল বচা

phul bo.sa

অৰ্থ

1.

ফুলৰ ছবি থকা (গামোচা); ৰহণ সনা (বক্তৃতা)।

Of or relating to or suggestive of flowers (a flowery hat); Marked by elaborate rhetoric and elaborated with decorative details (a flowery speech).

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফুল বচা · অসমীয়া অভিধান