← ফুৰি যাওক

ফুট্

phuṭ

অৰ্থ

1.

বিন্ধা ওলা; বিন্ধাযুক্ত হ

to have a hole

অক. ধা.

2.

শব্দ কৰ্

to sound; to burst

অক. ধা.

3.

নষ্ট হ; বেয়া হ

to be spoiled; to adverse

অক. ধা.

4.

বিন্ধ্

to pierce

অক. ধা.

5.

প্ৰচাৰ বা ব্যক্ত হ (দুৰ্নাম)

to be public or exposed

অক. ধা.

6.

গুপ্ত কথা বা বস্ত্তৰ অলপকৈ ওলোবা সম্বাদ

a clue

বি.

7.

বিন্দু

a point; a dot

অক. ধা.

8.

তাপ বা আন কাৰণত জুলীয়া বস্ত্তৰ ওপৰত ওলোবা বৰবুৰণি

a bubble

অক. ধা.

9.

জোখ

standard

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ