ফুল
phula
অৰ্থ
1.
কুসুম; পুষ্প
a flower
বি.
2.
ফুলৰ গছ
a flower plant
বি.
3.
কাপোৰ আদিত দিয়া ফুলৰ নিচিনা ধুন বা নক্সা
a flowery decoration worked on a cloth
বি.
4.
মাছৰ ফুল (নিশ্বাসৰ যন্ত্ৰ)
the gills of a fish
বি.
5.
তিৰোতাৰ গৰ্ভত সন্তান আবৰি থকা আৰু সন্তান হ'লে বাজ হোবা ছাল বা মোনা
placenta
বি.
6.
চকুৰ মণিত পৰা বগা ঢাকনি
a film on the eye blinding the sight
বি.
7.
পুষ্পিতা নোহোবা বয়স; স্বামীৰ সঙ্গ নোপোবা অবস্হা; যেনে-"ফুলতে বাঁৰী হ'ল"
the age before attaining puberty
বি.
8.
মুকলি হ; পাহি মেল্
to blossom
অক. ধা.
9.
ফুল ধৰ্
to flower
বি.
10.
উখহি পৰ্; ওফন্দ্
to swell
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ