← ফুৰি যাওক

ফুটুকা

phuṭukā

অৰ্থ

1.

এবিধ বনৰীয়া সৰু গছ

a kind of shrub; Melastoma malabatricum

বি.

2.

সৰু সৰু ফুট বা চেক থকা; ফুটফুটীয়া

spotted

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ