কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাকুটকুটনিbha.kut.ku.to.niAbstract Noun
কাষলতিৰ তল বা গাৰ আন কোনো অংশত হাত ফুৰালে উঠা সুৰসুৰণি ৷
the sensation felt when tickled.
- ভাকুটকুটাbha.kut.ku.taVerb-Trans.
হাঁহি উঠুৱাবলৈ কাৰোবাৰ শৰীৰৰ সংবেদনশীল অংগ যেনে কাষলতি আদিত আঙুলিৰে (মিহিকৈ) সুৰসুৰাই দিয়া
to move one's fingers on a sensitive part of somebody's body to make them laugh
- ভাকুট্কুটাbhākuṭkuṭāTransitive verb
গাৰ কোনো ঠাইত বিশেষকৈ কাষলতিত সুৰ্সুৰণি তোল
to tickle
- ভাকুৰ্কুৰাbhākurkurāTransitive verb
গাৰ কোনো ঠাইত বিশেষকৈ কাষলতিত সুৰ্সুৰণি তোল
to tickle
- ভাকৰীbha.ko.riMaterial Noun
A storehouse for threshed grain
- ভাখৰিMaterial Noun
A storehouse for threshed grain
- ভাখৰীbha.kho.riMaterial Noun
A storehouse for threshed grain
- ভাগbhāgaNoun
অংশ; খণ্ড; খুতুৰা
a part; a portion
- ভাগ কৰ্bhag korVerb-Trans.
উপাদান সমূহ বেলেগ বেলেগ কৰি পেলা
to separate into the constituent parts
- ভাগ কৰ্bhag korVerb-Trans.
কোনো বস্তু এটাৰ বহুকেইটা অংশ তৈয়াৰ কৰ্
to make various parts from a single unit of things
- ভাগ ধৰ্bhāga, dhar
লগৰ এজনে নকৰিলে আনজনে নকৰোঁ বুলি থাক্; বাগি ধৰ্
to refuse to do a work unless another joins or cooperates in the same
- ভাগ ল্bhag loVerb-Intran.
ভাগ ল বা অংশ গ্ৰহণ কৰ্ ৷
to take or have a part or share along with others
- ভাগ-বতৰাbhag-.bo.to.raAbstract Noun
the act or process of dividing or the state of being divided
- ভাগ-ভাগিbhāga-bhāgiNoun
এজনে নকৰিলে আন জনে নকৰা অবস্হা; বগিয়া- বগি।
- ভাগকৰণbhag.ko.ronAbstract Noun
the act or process of dividing or the state of being divided
- ভাগতীbhāgatīNoun
ভাগবত পুথি ভাঙি কওঁতা
one who reads and explains the Bhāgavata
- ভাগফলbhāgaphalaNoun
কোনো এক ৰাশিক আন ৰাশিৰে ভাগ কৰিলে, যিটো উত্তৰ পোবা যায় বা যিমান বাৰ যায় সেই ৰাশি
the quotient in a sum of division
- ভাগবতbhāgabataNoun
বিষ্ণুৰ ভক্ত; যেনে-'নিষ্পাপ পুৰুষ আছে গৰ্ভত। সাক্ষাত ইটো মহা ভাগবত" (কীৰ্ত্তন)
a man devoted to God
- ভাগবত-ধৰ্মNoun
এক ঈশ্বৰ বাসুদেবক বা বিষ্ণুক উপাসনা কৰা নাৰদ আদি ঋষিসকলৰ দ্বাৰা প্ৰচাৰিত ঐকান্তিক ধৰ্ম্ম
the monotheism of the Bhāgavata
- ভাগবত-ধৰ্ম্মNoun
এক ঈশ্বৰ বাসুদেবক বা বিষ্ণুক উপাসনা কৰা নাৰদ আদি ঋষিসকলৰ দ্বাৰা প্ৰচাৰিত ঐকান্তিক ধৰ্ম্ম
the monotheism of the Bhāgavata