← ফুৰি যাওক

ভাগবত

bhāgabata

অৰ্থ

1.

বিষ্ণুৰ ভক্ত; যেনে-'নিষ্পাপ পুৰুষ আছে গৰ্ভত। সাক্ষাত ইটো মহা ভাগবত" (কীৰ্ত্তন)

a man devoted to God

বি.

2.

ভগবানৰ লীলা আৰু মাহাত্ম্য বৰ্ণনা কৰা এখন পুৰাণ; ওঠৰখন পুৰাণৰ এখন; শ্ৰীমদ্ভাগবত

one of the 18 Purānas

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ