← ফুৰি যাওক

ভাগবত-ধৰ্ম

অৰ্থ

1.

এক ঈশ্বৰ বাসুদেবক বা বিষ্ণুক উপাসনা কৰা নাৰদ আদি ঋষিসকলৰ দ্বাৰা প্ৰচাৰিত ঐকান্তিক ধৰ্ম্ম

the monotheism of the Bhāgavata

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাগবত-ধৰ্ম · অসমীয়া অভিধান