← ফুৰি যাওক

ভাকুটকুটনি

bha.kut.ku.to.ni

অৰ্থ

1.

কাষলতিৰ তল বা গাৰ আন কোনো অংশত হাত ফুৰালে উঠা সুৰসুৰণি ৷

the sensation felt when tickled.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাকুটকুটনি · অসমীয়া অভিধান