← ফুৰি যাওক

ভাকুটকুটা

bha.kut.ku.ta

অৰ্থ

1.

হাঁহি উঠুৱাবলৈ কাৰোবাৰ শৰীৰৰ সংবেদনশীল অংগ যেনে কাষলতি আদিত আঙুলিৰে (মিহিকৈ) সুৰসুৰাই দিয়া

to move one's fingers on a sensitive part of somebody's body to make them laugh

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাকুটকুটা · অসমীয়া অভিধান