কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পটভূমিNoun
যি দৱশ্যপটৰ আগত অভিনয় হয়
background scene; background
- পটম্বৰpaṭambaraNoun
পাটৰ সাজ; পাটৰ কাপোৰ
silk-cloth
- পটলpaṭalaNoun
তান্ত্ৰিক পূজাৰ বিধি
a manual containing formula of Tantric worship
- পটলুংpot.lungMaterial Noun
দুয়োটা ভৰি বেলেগে সুমুৱাই ভৰিৰ পতালৈকে ওলমাই পিন্ধা কাপোৰৰ সাজ
an outer garment for the lower part of the body, having individual leg portions.
- পটলুনpaṭalunaNoun
ঠেঙা; ডাঠ কাপোৰৰ পায়জামা
pantaloon ; shorts; trousers
- পটশিল্পpot.xil.poAbstract Noun
১) বিশেষকৈ কোনো ধৰ্মীয় বিষয়বস্তুৰ ব্যাখ্যাৰ্থে বা দৃষ্টান্ত স্বৰূপে অঙ্কিত চিত্ৰ , নক্সা বা প্ৰতিক চিত্ৰ৷ ২) চিত্ৰাঙ্কণ বিদ্যা অথবা শাস্ত্ৰ৷
The study of the details of paintings, drawings etc
- পটহpaṭahaNoun
যুদ্ধৰ বাদ্য-বিশেষ; নাগেৰা; জয়ঢাক; যেনে-"পটহ কাহাল বাদ্য দুন্দুভি শবদে" (মিশ্ৰগীতা)।
- পটাpaṭāNoun
মচলা বটা শিল
a stone-slab for grinding spices on
- পটা-গুটিpo.ta-gu.tiMaterial Noun
পটাত বস্তু দি পিঁহা গোটা শিল
a stone for grinding spices with.
- পটাগুটি
পটাত বস্ত্ত পিহা গোটা শিল
a stone roller for grinding spices with on a stone-slab
- পটাগুটীয়াAdjective
গোটা লোৰ দীঘলীয়া বস্ত্ত
round and long
- পটাছিয়ামpo.ta.si.yamMaterial Noun
এবিধ অতি সক্ৰিয় আৰু ক্ষাৰ ধাতু৷
Soft silver-white metallic element.
- পটাপটpo.ta.potAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- পটাম্বৰpo.tam.borMaterial Noun
ৰেচম বা পাট সূতাৰে বোৱা কাপোৰ।
a piece of cloth made of silk.
- পটিpaṭiNoun
কাপোৰৰ দাঁতিত লগোবা গুণাৰে বোবা বা গুণ-কটা ঠেক কাপোৰ বা ফিটা
lace
- পটীpo.tiCommon Noun
শৰীৰৰ কোনো ঘাত বন্ধা ঠেক আৰু দীঘলীয়া কাপোৰৰ খণ্ড।
a strip of cloth or other material used to bind up a wound, sore, sprain, etc.
- পটীয়সীpaṭīẏasīFeminine; Adjective
পটু (নৱত্য-)
expert
- পটীয়াpaṭīẏāNoun
পাটী সজা মানুহ; ; স্ত্ৰী. পটিয়ানী।
a maker of fine mats
- পটীয়ানpo.ti.yanProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- পটীয়ানীpo.ti.ya.niCommon Noun
পাটী তৈয়াৰ কৰা মানুহ
a person who makes a fine mat