← ফুৰি যাওক

পটহ

paṭaha

অৰ্থ

1.

যুদ্ধৰ বাদ্য-বিশেষ; নাগেৰা; জয়ঢাক; যেনে-"পটহ কাহাল বাদ্য দুন্দুভি শবদে" (মিশ্ৰগীতা)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পটহ · অসমীয়া অভিধান