← ফুৰি যাওক

পটি

paṭi

অৰ্থ

1.

কাপোৰৰ দাঁতিত লগোবা গুণাৰে বোবা বা গুণ-কটা ঠেক কাপোৰ বা ফিটা

lace

বি.

2.

ঘা আদিৰ বন্ধা যেই-সেই ঠেক কাপোৰৰ খণ্ড

a bandage

বি.

3.

শাৰী পাতি বা ওচৰা-উচৰিকৈ সজা ঘৰসমূহ

a row of houses

বি.

4.

হাবিৰ মাজেদি কাটি উলিওবা বা জন্ত্ত অহা-যোবা কৰোঁতে হোবা ঠেক বাট

a track

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ