পটা
paṭā
অৰ্থ
1.
মচলা বটা শিল
a stone-slab for grinding spices on
বি.
2.
চেপেটা; যেনে-"পটাসোণ"
flattened
বিণ.
3.
কোনো বস্ত্তৰ চেপেটা অংশ; যেনে-'বঠা বা বুকুৰ পটা"
the flat part of anything
বি.
4.
ঘাট, হাট, মাটি আদি কিছু দিনলৈ খাবৰ নিমিত্তে ৰজাই দিয়া চুক্তি-পত্ৰ
a lease
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ