পটল
paṭala
অৰ্থ
1.
তান্ত্ৰিক পূজাৰ বিধি
a manual containing formula of Tantric worship
বি.
2.
পুথিৰ ভাগ বা আধ্যা; যেনে-"নাম-মহিমাৰ পটল;"
a chapter or section of book
বি.
3.
কথা কোবাৰ কৌশল বা ধৰণ; যেনে-"সি কেবা পটলেও কথা কয়"
the mode of representing or speaking about a thing
বি.
4.
চানেকি, আৰ্হি
pattern
বি.
5.
কেৰেলালতি জাতিৰ কিন্ত্ত তাতকৈ কিছু ডাঙৰ আৰু দীঘল এবিধ খেতিত হোবা লতা আৰু তাৰ ফল
Trichosanthes Dioeia
বি.
6.
চকুৰ জাল; যেনে-"বেঢ়িছে পটালে যাৰ চক্ষু অতিশয়" (ৰত্নাবলী)
a film or coating over the eyes
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ