কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘুগুলীghugulīAdjective
অতি বুঢ়ী; অতি জীৰ্ণ (নিন্দাৰ্থত)
decrepit emaciated
- ঘুগুৰাghugurā
ঘৰ্ঘৰা] বি. তিৰোতা বা ল'ৰাক পিন্ধোবা জুনুকাৰ মালা
a girdle of small bells
- ঘুঘুয়াghughuẏāAdjective
অলপকৈ ওলোবা; অলপকৈ বোধ কৰিব পৰা; যেনে -"ঘূঘুবা ৰ'দ বা জ্বৰ"
partially hot
- ঘুঙুৰghuṅura
বু. ঘুমুৰোগ; ঊৰ্ধ্বশ্বাস; উদ্ফাই ৰোগ
asthma
- ঘুঙুৰীয়াAdjective
ঘুঙৰ ৰোগ থকা; ঘুমুৰীয়া
asthmatic
- ঘুচিয়াVerb-Trans.
হাতৰ বন্ধ মুঠিৰে আঘাত কৰ্
Strike with a closed fist
- ঘুচিয়া-ঘুচিVerbal Noun
হাতৰ মুঠিৰে আঘাত কৰা বা ঢকা মৰা-মৰি ৷
cuffs or blows with the fists.
- ঘুঞ্চাghuñcāNoun
জগন্নাথৰ ভাৰ্য্যা
a wife of Kṛṣṇa
- ঘুট্-মুটীয়া, ঘুট্মুট্ কৰেghuṭ-muṭīẏā, ghuṭmuṭ, kareAdjective
চুটি-চাপৰ কিন্ত্ত গা শকত আৰু তজ্বজীয়া
of short stature but stout and smart
- ঘুণghuṇaNoun
কাঠ বাঁহ আদি বিন্ধি নষ্ট কৰা এবিধ পাখি লগা পোক
a small insect that eats into timber, etc.
- ঘুণ-গুৰিghuṇa-guriNoun
ঘুণে কাঠ-বাঁহ আদি খাই কৰা গুৰি
bamboo and timber reduced to powder by the ghun
- ঘুণাghuṇāTransitive verb
খোল-মৱদঙৰ ছাবনিত ঘুণ্লিপি দি।
- ঘুণাক্ষৰেওAdverb
আনকি অতি কম পৰিমাণেও
even a trace or iota of
- ঘুণীয়াghuṇīẏāAdjective
ঘুণে খোবা; ঘুণে ধৰা
attacked or eaten by the ghun
- ঘুণ্টাghuṇṭāNoun
আঘাত; খুন্দা
collision; clashing
- ঘুনুক ঘানাকghu.nuk gha.nakAbstract Noun
সাধাৰণতে মুখে-মুখে প্ৰচাৰিত হোৱা অজান উৎসৰ পৰা ওলোৱা সত্যাসত্য নিৰূপণ নোহোৱা তথ্য বা খবৰ
A piece of unverified information of uncertain origin usually spread by word of mouth
- ঘুনুক-ঘানাককৈghu.nuk-gha.nak.koiAdverb
come to know by rumour or hearsay
- ঘুনুক-ঘানাক্ghunuka-ghānākAdjective
ঘানাক-ঘুনুক; কণা-কণি; অনিশ্চিত-ৰূপে শুনা; অলপকৈ ওলোবা বা প্ৰকাশ হোবা
slightly rumoured
- ঘুনুচাghunucāNoun
জগন্নাথৰ ভাৰ্য্যা
a wife of Kṛṣṇa
- ঘুনুচা-জৰীghunucā-jarīNoun
কঁকালত বন্ধা বা ডিঙিত পিন্ধা এবিধ ৰঙা বা ৰঙা-ৰচঙা সূতাৰ চেলা-জৰী
a fancy cord or lace or coloured thread for fastening on the waist or wearing on the neck as ornament