ঘুণ
ghuṇa
অৰ্থ
1.
কাঠ বাঁহ আদি বিন্ধি নষ্ট কৰা এবিধ পাখি লগা পোক
a small insect that eats into timber, etc.
বি.
2.
গা বা চৰিত্ৰৰ দোষ
a defect in the body or character
বি.
3.
খোল, মৱদং আদিৰ ছালৰ ছাবনিত লগোবা লোবা-চুৰ গুৰি।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ