← ফুৰি যাওকঘুনুচাghunucāঅৰ্থ1.জগন্নাথৰ ভাৰ্য্যাa wife of Kṛṣṇaবি.সমাৰ্থক শব্দঘুঞ্চা · ghuñcā2.ঘুনুচা-যাত্ৰাৰ বিষয়ে শ্ৰীধৰ কন্দলিয়ে লিখা এখন পুথিৰ নাম।বি.সমাৰ্থক শব্দঘুঞ্চা · ghuñcāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ