← ফুৰি যাওক

ঘুনুক-ঘানাক্

ghunuka-ghānāk

অৰ্থ

1.

ঘানাক-ঘুনুক; কণা-কণি; অনিশ্চিত-ৰূপে শুনা; অলপকৈ ওলোবা বা প্ৰকাশ হোবা

slightly rumoured

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘুনুক-ঘানাক্ · অসমীয়া অভিধান