← ফুৰি যাওক

ঘুগুৰা

ghugurā

অৰ্থ

1.

ঘৰ্ঘৰা] বি. তিৰোতা বা ল'ৰাক পিন্ধোবা জুনুকাৰ মালা

a girdle of small bells

সমাৰ্থক শব্দ

2.

কোনো বস্ত্তত আঁৰি দিয়া কাঁহ, পিতল আদিৰ সৰু জুনুকা

a small tinkling bell attached to something

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘুগুৰা · অসমীয়া অভিধান