কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একুৰিekuriAdjective
বিশ
- একুৱাৰিয়ামMaterial Noun
এটা পানী থকা পাত্ৰ য’ত মাছ, কাছ, পানীত হোৱা ঘাঁহ-বান আদি বিনোদনৰ বাবে ৰখা হয়৷
A tank, bowl, or other water-filled enclosure in which living fish or other aquatic animals and plants are kept.
- একেekeAdjective
একৰ নিশ্চয় বা প্ৰবল অৰ্থ বুজুবা; ঠিক এক; যেনে -"একে কথাকে কিমান কৈ থাক; একেবাৰে"
one and the same; exactly one
- একে থৰে চাeke thore saVerb-Intran.
To look steadily and intently
- একে সময়তেyeAdverb
একেটা সময়ত (হোৱা বা ঘটা)
(happening or occurring) at the same time
- একেআগীekeāgīAdjective
একে বিধৰ বা জাতৰ; মিছলি নথকা
unmixed, of one and the same variety
- একেআষাৰe.ke.a.xarAbstract Noun
in one voice; the same statement repeated
- একেকঠীekekaṭhīAdjective
মাজত বেৰ নথকা; লানি লগা; সানমিহলি
having no intervening partition or wall; mixed up
- একেকথীয়াekekathīẏāAdjective
এবাৰ কোবা কথা নলৰোবা; কোবা কথা বা অঙ্গীকাৰ লৰচৰ নকৰা বা নভঙা
sticking to one's word or promise
- একেকলবekekalabaAdjective
যিটো একেলগে খিলিমেলি হৈ মিহলি হৈছে।
- একেকালেekekāleAdverb
একেবাৰে; সম্পূৰ্ণকৈ
once for all
- একেকোবেekekobeAdverb
একেচাবে।
- একেগৰ্ভীekegarbhīAdjective
একে মাকৰ গৰ্ভত ওপজা; সহোদৰ
born of the same mother; uterine
- একেচাবেekecābeAdverb
একণিকে অপেক্ষা নকৰাকৈ; নিমিষতে; তত্ক্ষণাৎ
at once
- একেচিতেekeciteAdverb
একান্তভাবে; একান্ত মনে; আন ক'তো মন নিদিয়াকৈ
intently
- একেচিপেekecipeAdverb
একে বলে; এবাৰ বল দি পুনৰ বল নিদিয়াকৈ
with one jerk or pull
- একেজানিekejāniAdverb
ইয়াকে জানি; এই নিমিত্তে; এই কাৰণে
for this reason
- একেটাekeṭāAdjective
একে; এটা মাথোন; খালি এটা
one only; one and the same
- একেতিলতেeketilateAdverb
তিলৰ সমান অৰ্থাৎ অতি অলপ সময়তে; অতি বেগতে
very quickly
- একেতিলেeketileAdverb
তিলৰ সমান অৰ্থাৎ অতি অলপ সময়তে; অতি বেগতে
very quickly