← ফুৰি যাওক

একেকঠী

ekekaṭhī

অৰ্থ

1.

মাজত বেৰ নথকা; লানি লগা; সানমিহলি

having no intervening partition or wall; mixed up

বিণ.

2.

একে লগে খোবা-লোবা কৰা; একাকাৰ; ভিনপৰ নথকা

without any distinction of caste or religion

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একেকঠী · অসমীয়া অভিধান