← ফুৰি যাওক

একুৱাৰিয়াম

অৰ্থ

1.

এটা পানী থকা পাত্ৰ য’ত মাছ, কাছ, পানীত হোৱা ঘাঁহ-বান আদি বিনোদনৰ বাবে ৰখা হয়৷

A tank, bowl, or other water-filled enclosure in which living fish or other aquatic animals and plants are kept.

বস্তুবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একুৱাৰিয়াম · অসমীয়া অভিধান