একেকালে
ekekāle
অৰ্থ
1.
একেবাৰে; সম্পূৰ্ণকৈ
once for all
ক্ৰি. বিণ.
2.
একেদৰে একে অবস্হাতে; যেনে-"মানুহৰ সদায় একেকালে নেযায়"
in the same condition
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ekekāle
একেবাৰে; সম্পূৰ্ণকৈ
once for all
ক্ৰি. বিণ.
একেদৰে একে অবস্হাতে; যেনে-"মানুহৰ সদায় একেকালে নেযায়"
in the same condition
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ