কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উঝণ্টিujhaṇṭiNoun
এবিধ ভৰিত পিন্ধা অলঙ্কাৰ; উজণ্টি।
- উঝাৰujhāraAdjective
জিলিকি থকা; উজ্জ্বল হোবা; প্ৰকাশ হোবা; যেনে-"তনু কোটি সূৰুজ উঝিয়াৰু" (বৰগীত); "চতুৰ উঝাৰ কৰ-কঙ্কন" (বৰগীত)।
- উঝাৰ্ujhār
জিলিক্; যেনে-"নব ঘন খণ্ড জৈচে বিজুলী উঝাৰ" (বৰগীত)।
- উঝিয়াৰujhiẏāraAdjective
জিলিকি থকা; উজ্জ্বল হোবা; প্ৰকাশ হোবা; যেনে-"তনু কোটি সূৰুজ উঝিয়াৰু" (বৰগীত); "চতুৰ উঝাৰ কৰ-কঙ্কন" (বৰগীত)।
- উঝিয়াৰুujhiẏāruAdjective
জিলিকি থকা; উজ্জ্বল হোবা; প্ৰকাশ হোবা; যেনে-"তনু কোটি সূৰুজ উঝিয়াৰু" (বৰগীত); "চতুৰ উঝাৰ কৰ-কঙ্কন" (বৰগীত)।
- উঝৰাujharāAdjective
উজাৰ; উচ্ছন্ন; যেনে-"উঝৰা ভিঠিত যেন থাকি গৈল স্তম্ভ" (মা.ক. সুন্দৰাকাণ্ড)।
- উঞ্ছ-বৱত্তিuñcha-bawattiAdjective
সৰি পৰা বা পথাৰত এৰি ঘোবা বুটলি আনি খাই জীবন ধাৰণ কৰা; যেনে-"উঞ্ছবৱত্তি ব্ৰাহ্মণ সুঘোষ তান নাম। নাহি মহাদুখী আৰ তাহান সমান" (ৰাজসুয়); লোকৰ এৰেহা খাই জীয়াই থকা
living on scums or by gleaning
- উঞ্ছবৃত্তিun.so.brit.tiProper Adj.
আনৰ এৰেহা খাই জীয়াই থকা মানুহ
living on others' refuses or wastes
- উঞ্ছশীলAdjective
উঞ্ছবৱত্তি-আশ্ৰয়কাৰী
living by begging or takin the refuse of others
- উটuṭaNoun
দীঘল-ডিঙীয়া আৰু পিঠিত কুঁজ থকা এবিধ চাৰি-ঠেঙীয়া ডাঙৰ জন্ত্ত
a camel
- উট-পখীuṭa-pakhīNoun
উটৰ নিচিনা দীঘল-ডিঙীয়া আৰু দীঘল-ঠেঙীয়া এবিধ বৰ ওখ আৰু বলী চৰাই [ইয়াৰ পাখি চুটি, সেই বাবে উৰিব নোবাৰে; কিন্ত্ত অতি বেগাই লৰ মাৰিব পাৰে]
an ostrich
- উটনীয়াAdjective
উটি অহা
drifting
- উটপক্ষীut.po.khyiCommon Noun
a large bird which can not fly
- উটাAdjective
উটি অহা
drifting
- উটাপুটাuṭāpuṭāNoun
টনা-আঁজোৰা; টনা-টনি; জোঁটা-পোটা
a struggling
- উটাপুটিuṭāpuṭiNoun
টনা-আঁজোৰা; টনা-টনি; জোঁটা-পোটা
a struggling
- উটি-বুৰিuṭi-buri
যা, ধল পানীত তল যা
to be over- flooded
- উটি-বুৰি যোবাAdjective
উটিবুৰি ফুৰা থান-থিত নোহোবা হ; নিৰাশ্ৰয় হ
to be helpless or homeless
- উট্uṭIntransitive verb
পানীৰ ওপৰত যা; পানীত ওপঙি যা
to drift or float
- উঠuthVerb-Intran.
তলৰ অৱস্থানৰ পৰা ওপৰৰ অৱস্থানলৈ উন্নত হ ৷
Raise from a lower to a higher position.