← ফুৰি যাওক

উট-পখী

uṭa-pakhī

অৰ্থ

1.

উটৰ নিচিনা দীঘল-ডিঙীয়া আৰু দীঘল-ঠেঙীয়া এবিধ বৰ ওখ আৰু বলী চৰাই [ইয়াৰ পাখি চুটি, সেই বাবে উৰিব নোবাৰে; কিন্ত্ত অতি বেগাই লৰ মাৰিব পাৰে]

an ostrich

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উট-পখী · অসমীয়া অভিধান