← ফুৰি যাওক

উঝৰা

ujharā

অৰ্থ

1.

উজাৰ; উচ্ছন্ন; যেনে-"উঝৰা ভিঠিত যেন থাকি গৈল স্তম্ভ" (মা.ক. সুন্দৰাকাণ্ড)।

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উঝৰা · অসমীয়া অভিধান