← ফুৰি যাওক

উঝিয়াৰ

ujhiẏāra

অৰ্থ

1.

জিলিকি থকা; উজ্জ্বল হোবা; প্ৰকাশ হোবা; যেনে-"তনু কোটি সূৰুজ উঝিয়াৰু" (বৰগীত); "চতুৰ উঝাৰ কৰ-কঙ্কন" (বৰগীত)।

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উঝিয়াৰ · অসমীয়া অভিধান