উঞ্ছ-বৱত্তি
uñcha-bawatti
অৰ্থ
1.
সৰি পৰা বা পথাৰত এৰি ঘোবা বুটলি আনি খাই জীবন ধাৰণ কৰা; যেনে-"উঞ্ছবৱত্তি ব্ৰাহ্মণ সুঘোষ তান নাম। নাহি মহাদুখী আৰ তাহান সমান" (ৰাজসুয়); লোকৰ এৰেহা খাই জীয়াই থকা
living on scums or by gleaning
বিণ.
2.
নীহ জীবিকা
a mean livelihood
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ