কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চণ্ডালcaṇḍālaNoun
চাণ্ডাল।
- চণ্ডিকাcaṇḍikāNoun
চণ্ডী; দুৰ্গাৰ এটা নাম।
- চণ্ডিলCommon Noun
লোকৰ চুলি-ডাড়ি কাটি জীৱিকা নিৰ্বাহ কৰা ব্যক্তি |
One whose business is to cut hair and to shave or trim beards.
- চণ্ডীcaṇḍīNoun
দুৰ্গাৰ এটা নাম; মহিষাসুৰক মাৰিবলৈ ধৰা দুৰ্গাৰ স্বৰূপ
Durgā, especially in the form assumed for the destruction of the demon, Mahiṣa
- চণ্ডী
পাঠ পূজাৰ অঙ্গৰূপে বা কোনো মানস কৰি মাৰ্কণ্ডেয়-পুৰাণৰ চণ্ডীৰ মাহাত্ম্য থকা অংশখিনি পাঠ কৰা কাৰ্য্য
the recital of a chapter from the Mārkaṇḍeya-purāṇa in honour of the goddess Caṇḍi or Durgā
- চণ্ডী-মণ্ডপNoun
চণ্ডীৰ মণ্ডপ, দেবী-পূজাৰ ঘৰ
a temple for the worship of Caṇḍī or Durgā
- চণ্ডুcaṇḍuNoun
ভাং, কাগজ বা গছৰ ঘাত ঘূৰণীয়াকৈ কাটি তাত কানি লগাই, চিলিমৰ তলৰ ডোখৰ ভাঙি তাক ওভতাই ধোঁবাখোবাৰ নলিৰ মূৰত দি, তাত সেই ঘূৰণীয়া কানিৰ কাগজ বা পাত-ডোখৰত জুই দি হুপি খাবলৈ তৈয়াৰ কৰা এবিধ ৰাগিয়াল বস্ত্ত
a preparation of opium for smoking
- চণ্ডৱতীson.do.bo.tiProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- চতcataIntransitive verb
কোনো বস্ত্তৰ ওপৰত উঠ; আৰোহণ কৰ্
to mount
- চতবতনিsot.bo.to.niAbstract Noun
অধৈৰ্য বা অস্থিৰ অৱস্থা ৷
The quality or condition of being impatient.
- চতলMaterial Noun
ঘৰৰ আগফালে অথবা পিছফালে থকা মুকলি কিন্তু সমান ঠাই|
An area wholly or partly surrounded by walls or buildings.
- চতালcatālaNoun
চোতাল।
- চতিcatiNoun
ঘৰৰ এযোৰ এযোৰ খুঁটাৰ কানত পথালিকৈ খুবাই দিয়া বাঁহ বা কাঠ
a tie-beam
- চতি-বাৰিcati-bāriNoun
তাঁত-শালৰ দুই ফালৰ দুযোৰ খুঁটাত চালি-মাৰি ধৰি ৰখা পথালি-মাৰি; জখলা-মাৰি।
- চতিহাcatihāNoun
ক-ফলাৰ 'ক' ৰ পৰা 'ক্ষ' লৈকে চৌত্ৰিশটা আখৰৰ প্ৰত্যেক আখৰক আগত ৰাখি কৰা পদ্য ৰচনা; যেনে-"কই বোলে কৰু ব্ৰহ্ম হৱদয় প্ৰবেশ। খই বোলে খণ্ডায়োক ভক্তি-উপদেশ। গই বোলে গতি কৰি সন্ত সঙ্গে যায়।"
- চতিয়নাcatiẏanāNoun
বৰ ওখ-ডাঙৰ এবিধ আওকাঠী গছ [ইয়াৰ দীঘল ঠাৰিৰ মূৰত ঘূৰণীয়াকৈ একেলগে সাতোটা সাতোটা পাত মেলে।]
a kind of tree; Alstonia scholaris (gamble)
- চতিয়াso``.tiaProper Noun
শোণিতপুৰ জিলাৰ এখন উল্লেখযোগ্য স্থান৷
An important place in Sonitpur district of Assam.
- চতীয়নাso.ti.yo.naCommon Noun
এবিধ একেলগে সাতোটা পাত হোৱা গছ৷
Alstonia scholaris is a small tree that grows up to 40 m tall and is glabrous. The bark is greyish; branchlets are copiously lenticellate.The upperside of the leaves are glossy, while the underside is greyish. Leaves occur in whorls of 3-10; petioles are 1-3 cm; the leathery leaves are narrowly obovate to very narrowly spathulate, base cuneate, apex usually rounded; lateral veins occur in 25-50 pairs, at 80-90° to midvein. Cymes are dense and pubescent; peduncle is 4-7 cm long. Pedicels are usually as long as or shorter than calyx. The corolla is white and tube-like, 6-10 mm; lobes are broadly ovate or broadly obovate, 2-4.5 mm, overlapping to the left. The ovaries are distinct and pubescent. The follicles are distinct and linear.
- চতুঃso.tuhAbstract Noun
দুই আৰু দুই অথবা তিনি আৰু এক যোগ কৰি পোৱা সংখ্যাটো ৷
The cardinal number that is the sum of three and one.
- চতুঃ-catuḥ-Noun
চাৰি
four